SOCIAL SCIENCE (MCQ) CLASS X

 Q .Match Part A with Part B.

ক অংশৰ লগত  খ অংশ মিলোৱা।

Part A (ক অংশ).                         Part B (খ অংশ)

a) Phulguri Dhawa                  i) 1858 (১৮৫৮).             (ফুলগুৰি ধাৱা)

b) Peasant Revolt of Rangia   ii) 1835 (১৮৩৫)       (ৰঙিয়াৰ কৃষক বিদ্ৰোহ)

c) Hanging of Maniram Dewaniii)1861(১৮৬১)           (মণিৰাম দেৱানৰ ফাঁচী)

d) Revolt of Jayantiya              iv) 1893 (১৮৯৩)             (জয়ন্তীয়া বিদ্ৰোহ)


Options:

(A) a–iv, b–ii, c–iii, d–i

(B) a–iii, b–iv, c–i, d–ii

(C) a–iii, b–ii, c–i, d–iv

(D) a–iv, b–ii, c–iii, d–i

Answer: (B)


Q.  Where did Mahatma Gandhi establish the Sabarmati Ashram?

গান্ধীজীয়ে সবৰমতী আশ্ৰম ক’ত প্ৰতিষ্ঠা কৰিছিল?

(A) Ahmedabad (আহমেদাবাদ)

(B) Rajkot (ৰাজকোট)

(C) Wardha (ৱৰ্ধা)

(D) Surat (চুৰাট)

Answer: (A) Ahmedabad (আহমেদাবাদ)


Q.  Which of the following indicates the functions of a Central Bank?

তলৰ কোনকেইটা কেন্দ্ৰীয় বেংকৰ কাৰ্য?

(A) To control money supply in the economy

(অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা)

(B) To issue paper money

(কাগজী মুদ্ৰা জাৰি কৰা)

(C) To work as a government bank

(চৰকাৰৰ বেংক হিচাপে কাৰ্য কৰা)

(D) All of the above

(ওপৰৰ আটাইকেইটা)

Ans: D


Q...Match the following financial organisations with their year of establishment.

তলত দিয়া বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিষ্ঠা বছৰৰ সৈতে মিলোৱা।

Part A (ক অংশ) Part B (খ অংশ)
(i) Gauhati Bank (গুৱাহাটী বেংক) (a) 1982
(ii) Reserve Bank of India (ভাৰতীয় ৰিজাৰ্ভ বেংক) (b) 1964
(iii) Industrial Development Bank of India (ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক) (c) 1935
(iv) NABARD (নাবাৰ্ড) (d) 1926

(A) i–(a), ii–(b), iii–(c), iv–(d)
(B) i–(d), ii–(c), iii–(b), iv–(a)
(C) i–(c), ii–(d), iii–(a), iv–(b)
(D) i–(d), ii–(a), iii–(d), iv–(c)

Answer: (B)
Gauhati Bank – 1926; RBI – 1935; IDBI – 1964; NABARD – 1982.


Q .“The central bank is the financial adviser and agent to the government.” Which bank in India performs these functions as the central bank?

“কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্তীয় পৰামৰ্শদাতা আৰু চৰকাৰৰ প্ৰতিনিধি।” ভাৰতৰ কোন বেংকে কেন্দ্ৰীয় বেংক হিচাপে এই কাৰ্যসমূহ পালন কৰে?

(A) SBI
(B) RBI
(C) NABARD
(D) IDBI

Answer: (B) RBI – Reserve Bank of India


Q...Assertion (A): The responsibility of governing Bengal under the Regulating Act was entrusted to a Lieutenant Governor.

উক্তি (A): নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা বংগ প্ৰদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত অৰ্পন কৰা হৈছিল।

Reason (R): The area under the Governor of Fort William had been reduced.
যুক্তি (R): ফৰ্ট উইলিয়ামৰ গৱৰ্ণৰৰ শাসনৰ কৰ্তৃত্বৰ এলেকা হ্ৰাস পাইছিল।

Which is the correct option?
কোনটো শুদ্ধ বিকল্প?

(A) A is true, R is false.
(A শুদ্ধ, R অশুদ্ধ)

(B) A is false, R is true.
(A অশুদ্ধ, R শুদ্ধ)

(C) Both A and R are true and R is the correct explanation.
(A আৰু R দুয়োটাই শুদ্ধ আৰু R হৈছে A-ৰ সঠিক ব্যাখ্যা)

(D) Both A and R are false.
(A আৰু R দুয়োটাই অশুদ্ধ)

Answer: (B)


Q.   IUCN was formed in —

IUCN গঠন হৈছিল —

(A) 1986

(B) 1987

(C) 1948

(D) 1989

Answer: (C) 1948


Q.  The gas that has the largest contribution to global warming is —

গোলকীয় উত্তাপ বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল —

(A) Carbon dioxide (কাৰ্বন ডাই-অক্সাইড)

(B) Methane (মিথেন)

(C) Chlorofluorocarbon (ক্লৰ'ফ্ল'ৰ'কাৰ্বন)

(D) Nitrous oxide (নাইট্ৰাছ অক্সাইড)

Answer: (A) Carbon di oxide


Q.  Manjita's father earns his livelihood by driving a car in the city. His occupation belongs to —

মনজিতাৰ দেউতাকে নগৰত গাড়ী চলাই জীৱিকা উপাৰ্জন কৰে। তেওঁৰ এই বৃত্তিটো কোন শ্ৰেণীত পৰে?

(A) Primary Occupation (প্ৰাথমিক বৃত্তি)

(B) Secondary Occupation (দ্বিতীয়ক বৃত্তি)

(C) Tertiary Occupation (তৃতীয়ক বৃত্তি)

(D) Quaternary Occupation (চতুৰ্থক বৃত্তি)

Answer: (C) Tertiary Occupation


Q.  Who among the following was not included in the Cabinet Mission to India?

তলৰ কোনজন ভাৰতলৈ অহা কেবিনেট মিছনত অন্তৰ্ভুক্ত নাছিল?

(A) A. V. Alexander (এ. ভি. আলেকজেণ্ডাৰ)

(B) Sir Simon (ছাৰ ছাইমন)

(C) Pethick-Lawrence (পেথিক-লৰেন্স)

(D) Stafford Cripps (ষ্টেফৰ্ড ক্ৰিপছ)

Answer: (B) Sir Simon


Q. Which of the following is incorrect?
তলৰ কোনটো অশুদ্ধ?
(A) Gandhiji was born on October 24, 1869.
গান্ধীজীয়ে ১৮৬৯ চনৰ ২৪ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল।

(B) Gandhiji went to South Africa for professional work.
গান্ধীজী পেছাগত কাৰণত দক্ষিণ আফ্ৰিকালৈ গৈছিল।

(C) The word Satyagraha was first used by Gandhi in South Africa.
সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল।

(D) Gandhiji founded a political association known as “Natal Indian Congress”.
গান্ধীজীয়ে “নাটাল ইণ্ডিয়ান কংগ্ৰেছ” নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল।

Answer: (A)

Q.  The Equator passes almost through the middle of which continent?
বিষুৱৰেখা প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা মহাদেশখন হ'ল—
(A) Asia (এছিয়া)
(B) Europe (ইউৰোপ)
(C) Africa (আফ্ৰিকা)
(D) Oceania (ওচেনিয়া)
Answer: (C) Africa (আফ্ৰিকা)

25. Consider the following statements and choose the correct answer.
তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(i) The system of India is a real federal system.
ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো হ'ল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি।
(ii) There are two types of Government in India.
ভাৰতত দুই ধৰণৰ চৰকাৰ আছে।

(A) (i) and (ii) both are correct.
(i) আৰু (ii) উভয়ে শুদ্ধ।

(B) (i) and (ii) both are incorrect.
(i) আৰু (ii) উভয়ে অশুদ্ধ।

(C) (i) correct, (ii) incorrect.
(i) শুদ্ধ, (ii) অশুদ্ধ।

(D) (i) incorrect, (ii) correct.
(i) অশুদ্ধ, (ii) শুদ্ধ।
Answer: (D)

26. Who was the Viceroy of India during the Partition of Bengal?
বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল?

(A) Lord Curzon (লৰ্ড কাৰ্জন)
(B) Lord Minto (লৰ্ড মিন্টো)
(C) Lord Hardinge (লৰ্ড হাৰ্ডিঞ্জ)
(D) Lord Ripon (লৰ্ড ৰিপন)

Answer: (A) Lord Curzon (লৰ্ড কাৰ্জন)


Q. Choose the correct answer:
Which of the following concepts were recognised by the Constituent Assembly on the basis of the Objective Resolution?

উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱৰ ভিত্তিত সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত সংবিধান সভাই তলৰ কোনকেইটা ধাৰণাক স্বীকৃতি দিছিল?

(A) Equality (সমতা)
(B) Sovereignty (সাৰ্বভৌমত্ব)
(C) Democracy (গণতন্ত্ৰ)
(D) All of the above (ওপৰৰ আটাইকেইটা)

Answer: (D) All of the above (ওপৰৰ আটাইকেইটা)


Q. Debt money is created by—
ঋণ মুদ্ৰা সৃষ্টি কৰে—

(A) Central Bank (কেন্দ্ৰীয় বেংক)
(B) Commercial Banks (বাণিজ্যিক বেংক)
(C) Industrial Banks (ঔদ্যোগিক বেংক)
(D) All of the above (ওপৰৰ সকলো)

Answer: (B) Commercial Banks (বাণিজ্যিক বেংক)


Q. Arrange the following events in chronological order:
তলত দিয়া পৰিঘটনাসমূহ কালানুক্ৰমিক ক্ৰমত সজোৱা—
(i) Dandi March (দাণ্ডি যাত্ৰা)
(ii) Quit India Movement (ভাৰত ত্যাগ আন্দোলন)
(iii) Communal Award (সাম্প্ৰদায়িক বাটোৱাৰা)
(iv) Simon Commission (চাইমন কমিছন)

(A) (i), (iv), (iii), (ii)
(B) (iv), (i), (iii), (ii)
(C) (iv), (iii), (i), (ii)
(D) (iii), (iv), (i), (ii)

Answer: (B) (iv), (i), (iii), (ii)


Q. Patharughat, known for its historical peasant uprising, is located in which district of Assam?
ঐতিহাসিক কৃষক বিদ্ৰোহৰ বাবে পৰিচিত পথৰুঘাট অসমৰ কোনখন জিলাত অৱস্থিত?

(A) Kamrup (কামৰূপ)
(B) Darrang (দৰং)
(C) Nalbari (নলবাৰী)
(D) Barpeta (বৰপেটা)

Answer: (B) Darrang (দৰং)


29. Who wrote Hind Swaraj, a significant work on the ideas and philosophy of India's national movement?
ভাৰতৰ জাতীয় আন্দোলনৰ ধাৰণা আৰু দৰ্শনৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ হিন্দ স্বৰাজ কোনে ৰচনা কৰিছিল?

(A) Rabindranath Tagore (ৰবীন্দ্ৰনাথ ঠাকুৰ)
(B) Mahatma Gandhi (মহাত্মা গান্ধী)
(C) Jawaharlal Nehru (জৱাহৰলাল নেহৰু)
(D) Sri Aurobindo Ghosh (শ্ৰী অৰবিন্দ ঘোষ)

Answer: (B) Mahatma Gandhi (মহাত্মা গান্ধী)


Q. Lake Titicaca, one of the world's highest navigable lakes, is located on which continent?
পৃথিৱীৰ অন্যতম উচ্চতম নৌ-চলাচলযোগ্য হ্ৰদ টিটিকাকা কোনখন মহাদেশত অৱস্থিত?

(A) South America (দক্ষিণ আমেৰিকা)
(B) North America (উত্তৰ আমেৰিকা)
(C) Asia (এছিয়া)
(D) Africa (আফ্ৰিকা)

Answer: (A) South America (দক্ষিণ আমেৰিকা)

Q.  Assertion (A): India is a sovereign country.
দাবী (A): ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ।
Reason (R): India is not subordinate to any foreign power.
যুক্তি (R): ভাৰত কোনো বিদেশী শক্তিৰ অধীন নহয়।

Choose the correct option:
সঠিক উত্তৰটো বাছি উলিওৱা—

(A) Both A and R are correct, and R is the correct explanation of A.
দাবী আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু যুক্তিটোৱে দাবীটোৰ শুদ্ধ ব্যাখ্যা কৰে।
(B) Both A and R are correct, but R is not the correct explanation of A.
দাবী আৰু যুক্তি দুয়োটাই শুদ্ধ, কিন্তু যুক্তিটোৱে দাবীটোৰ শুদ্ধ ব্যাখ্যা নকৰে।
(C) A is false, but R is true.
দাবী অশুদ্ধ, কিন্তু যুক্তি শুদ্ধ।
(D) A is true, but R is false.
দাবী শুদ্ধ, কিন্তু যুক্তি অশুদ্ধ।

Answer: (A)


Q. Which of the following was the first bank established in India?
তলৰ কোনটো ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথম বেংক আছিল?

(A) State Bank of India (ভাৰতীয় ষ্টেট বেংক)
(B) Reserve Bank of India (ভাৰতীয় ৰিজাৰ্ভ বেংক)
(C) Bank of Hindustan (বেংক অৱ হিন্দুস্তান)
(D) Bank of Baroda (বেংক অৱ বৰোদা)

Answer: (C) Bank of Hindustan (বেংক অৱ হিন্দুস্তান)


Q. Which term refers to materials that have neither utility nor harmful effects for human beings?
যিবোৰ সামগ্ৰীৰ মানুহৰ বাবে কোনো উপযোগিতা বা অপকাৰিতা নাই, সেইবোৰক কি বুলি কোৱা হয়?

(A) Welfare (মানৱ কল্যাণ)
(B) Resource (সম্পদ)
(C) Neutral Stuff (নিৰপেক্ষ সামগ্ৰী)
(D) Resistance (প্ৰতিৰোধ)

Answer: (C) Neutral Stuff (নিৰপেক্ষ সামগ্ৰী)


Q. Which country is regarded as the homeland of the modern federation?
আধুনিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ গৃহভূমি হিচাপে কোনখন দেশক গণ্য কৰা হয়?

(A) England (ইংলেণ্ড)
(B) United States of America (আমেৰিকা যুক্তৰাষ্ট্ৰ)
(C) India (ভাৰত)
(D) Japan (জাপান)

Answer: (B) United States of America (আমেৰিকা যুক্তৰাষ্ট্ৰ)

Q. Which of the following is a greenhouse gas?
তলৰ কোনটো সেউজগৃহ গেছ?
(A) Hydrogen (হাইড্ৰজেন)
(B) Oxygen (অক্সিজেন)
(C) Nitrogen (নাইট্ৰজেন)
(D) Water Vapour (জলীয় বাষ্প)

Answer: (D) Water Vapour (জলীয় বাষ্প)


Q. The islands of the Pacific Ocean are —
প্ৰশান্ত মহাসাগৰৰ দ্বীপবোৰ হ'ল —

(a) Japan (জাপান)
(b) New Zealand (নিউজিলেণ্ড)
(c) Madagascar (মাদাগাস্কাৰ)
(d) Iceland (আইচলেণ্ড)

(A) a, b, c
(B) a, c
(C) a, b
(D) a, d

Answer: (C) a, b



Q. “Only through mass struggle can the progress of Indians be achieved.” Which of the following movements gave this idea to the Indian National Congress?
“একমাত্ৰ গণসংগ্ৰামৰ জৰিয়তেহে ভাৰতীয়সকলৰ উন্নতি সাধন কৰিব পাৰি।” তলৰ কোনটো আন্দোলনে ভাৰতীয় জাতীয় কংগ্ৰেছক এই ধাৰণা প্ৰদান কৰিছিল?

(A) Quit India Movement — ভাৰত ত্যাগ আন্দোলন
(B) Non-Cooperation Movement — অসহযোগ আন্দোলন
(C) Swadeshi Movement — স্বদেশী আন্দোলন
(D) Civil Disobedience Movement — আইন অমান্য আন্দোলন

Answer: (B) Non-Cooperation Movement — অসহযোগ আন্দোলন



Q. Which of the following are examples of tertiary occupations?
তলৰ কোনবোৰ তৃতীয়ক বৃত্তিৰ উদাহৰণ?

(A) Banking and Media — বেংকিং আৰু প্ৰচাৰ মাধ্যম
(B) Communication, Transportation and Tourism — যোগাযোগ, পৰিবহণ আৰু পৰ্যটন
(C) Agriculture and Mining — কৃষি আৰু খনিজ সম্পদ আহৰণ
(D) Industry and Construction — উদ্যোগ আৰু নিৰ্মাণকাৰ্য

Answer: (B) Communication, Transportation and Tourism — যোগাযোগ, পৰিবহণ আৰু পৰ্যটন



Q. Which of the following is a correct example of a national resource?

তলৰ কোনটো জাতীয় সম্পদৰ শুদ্ধ উদাহৰণ?
(A) Educational Institution — শিক্ষানুষ্ঠান
(B) Good Character — সৎ চৰিত্ৰ
(C) Sea and Oceans — সাগৰ আৰু মহাসাগৰ
(D) Atmosphere — বায়ুমণ্ডল

Answer: (A) Educational Institution — শিক্ষানুষ্ঠান।


Q. What decision was taken at the huge public meeting held at the Town Hall in Calcutta on 7 August 1905?

১৯০৫ চনৰ ৭ আগষ্টত কলিকতাৰ টাউন হলত অনুষ্ঠিত বিশাল জনসভাত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল?

(A) Cancellation of the Partition of Bengal — বংগ বিভাজন বাতিল কৰা
(B) Decision to boycott British goods — ব্ৰিটিছ/বিদেশী সামগ্ৰী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা
(C) Immediate launching of the Non-Cooperation Movement — অসহযোগ আন্দোলন তৎকালীনভাৱে আৰম্ভ কৰা
(D) Declaration of “Purna Swaraj” from British rule — ব্ৰিটিছ শাসনৰ পৰা “পূৰ্ণ স্বৰাজ” ঘোষণা কৰা

Answer: (B) Decision to boycott British goods — ব্ৰিটিছ/বিদেশী সামগ্ৰী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা।

Q. Land pollution caused by industries in Guwahati is an example of:
গুৱাহাটীত উদ্যোগসমূহে সৃষ্টি কৰা ভূমি প্ৰদূষণৰ উদাহৰণ হৈছে—

(A) Local Problem — স্থানীয় সমস্যা
(B) Global Problem — গোলকীয় সমস্যা
(C) Regional Problem — আঞ্চলিক সমস্যা
(D) Natural Problem — প্ৰাকৃতিক সমস্যা

Answer: (A) Local Problem — স্থানীয় সমস্যা

Q. Who gave the image of “Bharat Mata” its famous artistic form?
“ভাৰতমাতা”ৰ বিখ্যাত চিত্ৰৰূপ কোনে প্ৰদান কৰিছিল?

(A) Abanindranath Tagore — অবনীন্দ্ৰনাথ ঠাকুৰ
(B) Sister Nivedita — ভগিনী নিবেদিতা
(C) Mukunda Das — মুকুন্দ দাস
(D) Prafulla Chandra Roy — প্ৰফুল্ল চন্দ্ৰ ৰায়

Answer: (A) Abanindranath Tagore — অবনীন্দ্ৰনাথ ঠাকুৰ


Q. “The object of the Indian National Congress is the attainment of Swaraj by the people of India by all legitimate and peaceful means.” In which session of the Indian National Congress was this declaration made?
“ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য হৈছে সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে ভাৰতীয় জনসাধাৰণৰ দ্বাৰা স্বৰাজ লাভ কৰা।” এই ঘোষণা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত কৰা হৈছিল?

(A) 1920, Nagpur Session — ১৯২০ চনৰ নাগপুৰ অধিৱেশন
(B) 1929, Lahore Session — ১৯২৯ চনৰ লাহোৰ অধিৱেশন
(C) 1928, Calcutta Session — ১৯২৮ চনৰ কলিকতা অধিৱেশন
(D) 1931, Lucknow Session — ১৯৩১ চনৰ লক্ষ্ণৌ অধিৱেশন।

Answer: (A) 1920, Nagpur Session — ১৯২০ চনৰ নাগপুৰ অধিৱেশন।


Q. Why did the Congress Ministries resign in 1939?
১৯৩৯ চনত কংগ্ৰেছ মন্ত্ৰীসভাসমূহে কিয় পদত্যাগ কৰিছিল?

(A) In protest against British economic policies — ব্ৰিটিছৰ অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰি
(B) Because India was involved in the Second World War without consulting Indian leaders — ভাৰতীয় নেতাসকলৰ সৈতে পৰামৰ্শ নকৰাকৈ ভাৰতক দ্বিতীয় বিশ্বযুদ্ধত জড়িত কৰাৰ বাবে
(C) Because the demand for Pakistan was not accepted — পাকিস্তানৰ দাবী মানি নোলোৱাৰ বাবে
(D) Due to the repressive policies of the British — ব্ৰিটিছৰ দমনমূলক নীতিৰ বাবে

Answer: (B)


Q. Who is known as the Father of Modern Geography?
আধুনিক ভূগোলৰ পিতৃ হিচাপে কাক জনা যায়?

(A) George Chisholm — জৰ্জ চিছহোম
(B) C. F. Jones — চি. এফ. জোন্স
(C) G. G. Darkenwald — জি. জি. ডাৰ্কেনৱাল্ড
(D) Zimmermann — জিমাৰমেন

Answer: (A) George Chisholm — জৰ্জ চিছহোম


Q. RTGS is mainly used for:
RTGS মূলতঃ কিহৰ বাবে ব্যৱহাৰ কৰা হয়?

(A) Large-value fund transfers — বৃহৎ পৰিমাণৰ ধন স্থানান্তৰৰ বাবে
(B) Mobile recharge — ম’বাইল ৰিচাৰ্জৰ বাবে
(C) SMS — এছ.এম.এছ.ৰ বাবে
(D) ATM transactions — এ.টি.এম. লেনদেনৰ বাবে

Answer: (A) Large-value fund transfers — বৃহৎ পৰিমাণৰ ধন স্থানান্তৰ

Q. Arrange the following ocean-floor features from the coast towards the middle of the ocean and choose the correct option.
উপকূলৰ পৰা সাগৰ-মহাসাগৰৰ মাজভাগলৈ তলৰ অবয়ৱবোৰ সজাই শুদ্ধ বিকল্পটো বাছি উলিওৱা।

(i) Continental shelf (মহীসোপান)
(ii) Continental slope (মহীঢাল)
(iii) Deep-sea trench (গভীৰ সমুদ্ৰখাত)
(iv) Oceanic canyon (সমুদ্ৰতলীয় দ্ৰোণী)

(A) i, ii, iii, iv
(B) ii, i, iii, iv
(C) ii, i, iv, iii
(D) i, ii, iv, iii
Answer: (D)

Q. On which basis are resources classified as individual, national and international resources?
কিহৰ ভিত্তিত সম্পদসমূহক ব্যক্তিগত, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পদ হিচাপে ভাগ কৰা হয়?

(A) Origin (উৎপত্তি)
(B) Availability (উপলব্ধতা)
(C) Structure (গঠন)
(D) Ownership (মালিকীস্বত্ব)

Answer: (D)


Q. Which of the following characteristics are needed for something to become a resource?
সম্পদ হ'বলৈ তলৰ কোনকেইটা বৈশিষ্ট্য থাকিব লাগে?

(i) It must have utility and functionality.
ইয়াৰ উপযোগিতা আৰু কাৰ্যকাৰিতা থাকিব লাগিব।
(ii) It must have price value.
ইয়াৰ বজাৰ মূল্য থাকিব লাগিব।
(iii) It should be natural.
ই প্ৰাকৃতিক হ'ব লাগিব।
(iv) It should be changeable and useful.
ই পৰিৱৰ্তনশীল আৰু উপযোগী হ'ব লাগিব।

(A) Both (i) and (ii) are correct.
(i) আৰু (ii) দুয়োটাই শুদ্ধ।
(B) Both (ii) and (iii) are correct.
(ii) আৰু (iii) দুয়োটাই শুদ্ধ।
(C) Both (i) and (iv) are correct.
(i) আৰু (iv) দুয়োটাই শুদ্ধ।
(D) Both (iii) and (iv) are correct.
(iii) আৰু (iv) দুয়োটাই শুদ্ধ।

Answer: (C)


Q.  During the Quit India Movement, protesters successfully overthrew colonial authorities and established parallel governments in—
ভাৰত ত্যাগ আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলে ব্ৰিটিছ শাসন উৎখাত কৰি সমান্তৰাল চৰকাৰ গঠন কৰিছিল—

(A) Ballia (বালিয়া)
(B) Satara (চাতাৰা)
(C) Talcher (তালচেৰ)
(D) All of the above (ওপৰৰ আটাইকেইখন)

Answer: (D)


Q. What was the political situation inside India by the time the war ended in 1945?
১৯৪৫ চনত যুদ্ধৰ সামৰণি পৰাৰ সময়ত ভাৰতৰ ভিতৰত কি ৰাজনৈতিক পৰিস্থিতি বিৰাজ কৰিছিল?

(A) Intense protests were going on.
তীব্ৰ আন্দোলন চলি আছিল।
(B) Political activities had almost ceased to exist.
ৰাজনৈতিক কাৰ্যকলাপ প্ৰায় নোহোৱা হৈছিল।
(C) The British had left India.
ব্ৰিটিছে ভাৰত ত্যাগ কৰিছিল।
(D) A new Congress government was formed.
কংগ্ৰেছৰ নতুন চৰকাৰ গঠন হৈছিল।

Answer: (B)

Q.  Mahatma Gandhi renounced his ‘Kaiser-i-Hind’ medal in protest against which massacre?
মহাত্মা গান্ধীয়ে কোনটো হত্যাকাণ্ডৰ প্ৰতিবাদত ‘Kaiser-i-Hind’ পদক ত্যাগ কৰিছিল?

(A) Chauri Chaura incident (চৌৰী-চৌৰা ঘটনা)
(B) Jallianwala Bagh Massacre (জালিয়ানৱালা বাগ হত্যাকাণ্ড)
(C) Partition of Bengal (বংগ বিভাজন)
(D) Quit India Movement (ভাৰত ত্যাগ আন্দোলন)

Answer: (B)


Q.  Who among the following revolted against the British in Assam before the 1857 uprising?
১৮৫৭ চনৰ বিদ্ৰোহৰ পূৰ্বে অসমত তলৰ কোনে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল?

(A) Gomdhar Konwar (গোমধৰ কোঁৱৰ)
(B) Piyoli Phukan (পিয়লি ফুকন)
(C) Both A and B (A আৰু B দুয়োটাই)
(D) None of the above (ওপৰৰ এটাও নহয়)

Answer: (C)


Q. What was the tax levied on grazing cattle and buffaloes called?
গৰু-ম'হ চৰোৱাৰ বাবদ লগোৱা কৰটোক কি বুলি জনা গৈছিল?
(A) Excise Tax (আবকাৰী কৰ)
(B) Grazing Tax (গ্ৰেজিং কৰ)
(C) Licence Tax (অনুজ্ঞাপত্ৰ কৰ)
(D) Import Tax (আমদানি কৰ)

Answer: (B)


Q. In which of the following regions did the peasants launch a ‘No Tax Campaign’ by deciding not to pay land revenue to the government?
তলৰ কোনটো অঞ্চলত কৃষকসকলে চৰকাৰক খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত লৈ ‘কৰ বন্ধ আন্দোলন’ আৰম্ভ কৰিছিল?

(A) Rangia, Lachima and Darrang (ৰঙিয়া, লাছিমা আৰু দৰং)
(B) Only Guwahati (কেৱল গুৱাহাটী)
(C) Jorhat and Sivasagar (যোৰহাট আৰু শিৱসাগৰ)
(D) Tezpur (তেজপুৰ)

Answer: (A)


Q.  Which Chief Commissioner increased the land revenue by 100 percent in 1892?

১৮৯২ চনত কোনজন চীফ কমিছনাৰে খাজনা ১০০ শতাংশ বৃদ্ধি কৰিছিল?

(A) Sir William Ward (ছাৰ উইলিয়াম ৱাৰ্ড)
(B) Major Henry Hopkinson (মেজৰ হেনৰী হপকিন্সন)
(C) David Scott (ডেভিড স্কট)
(D) Robert Bruce (ৰবাৰ্ট ব্ৰুচ)

Answer: (A)

Q. Match the following and choose the correct option given below:
তলত দিয়া বিষয়সমূহ সঠিকভাৱে মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা—
Column A.                                     Column B
A) Regulating Act                         i) 1942
(নিয়ন্ত্ৰণকাৰী আইন)

B) Indian Independence Act      ii) 1931
(ভাৰতৰ স্বাধীনতা আইন)

C) Gandhi-Irwin Pact                  iii) 1947
(গান্ধী-আৰউইন চুক্তি)

D) Cripps Mission (ক্ৰিপছ মিছন)  iv) 1773
Options:
A) A–iv, B–iii, C–ii, D–i
B) A–iii, B–iv, C–ii, D–i
C) A–i, B–ii, C–iii, D–iv
D) A–ii, B–iii, C–iv, D–i

Answer: A) A–iv, B–iii, C–ii, D–i
 

Q During the process of the Partition of Bengal, two British officers helped Lord Curzon. They were—
বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ব্ৰিটিছ বিষয়াই লৰ্ড কাৰ্জনক সহায় কৰিছিল। তেওঁলোক আছিল—

A) Andrew Fraser and Robert Clive
(এণ্ড্ৰু ফ্ৰেজাৰ আৰু ৰবাৰ্ট ক্লাইভ)
B) J. Bamfylde Fuller and Herbert Risley
(জে. ব্যামফিল্ড ফুলাৰ আৰু হাৰ্বাৰ্ট ৰিজলি)
C) Andrew Fraser and J. Bamfylde Fuller
(এণ্ড্ৰু ফ্ৰেজাৰ আৰু জে. ব্যামফিল্ড ফুলাৰ)
D) Robert Clive and Lord Curzon
(ৰবাৰ্ট ক্লাইভ আৰু লৰ্ড কাৰ্জন)

Answer: C) Andrew Fraser and J. Bamfylde Fuller

Q . choose the correct option where events are arranged in chronological order.
তলত উল্লেখ কৰা ঘটনাসমূহ কালানুক্ৰমিক ক্ৰমত শুদ্ধকৈ সজাই থোৱা বিকল্পটো বাছি উলিওৱা—
A) Civil Disobedience Movement → Chauri Chaura Incident → Gandhi-Irwin Pact → Government of India Act → Quit India Movement
(আইন অমান্য আন্দোলন → চৌৰী-চৌৰা ঘটনা → গান্ধী-আৰউইন চুক্তি → ভাৰত চৰকাৰ আইন → ভাৰত ত্যাগ আন্দোলন)
B) Formation of Congress Ministries → Khilafat Movement → Non-Cooperation Movement → Chauri Chaura Incident → Champaran Satyagraha
(কংগ্ৰেছ মন্ত্ৰীসভা গঠন → খিলাফৎ আন্দোলন → অসহযোগ আন্দোলন → চৌৰী-চৌৰা ঘটনা → চম্পাৰণ সত্যাগ্ৰহ)
C) Natal Indian Congress → Rowlatt Act → Khilafat Movement → Non-Cooperation Movement → Government of India Act
(নাটাল ইণ্ডিয়ান কংগ্ৰেছ → ৰাওলাট আইন → খিলাফৎ আন্দোলন → অসহযোগ আন্দোলন → ভাৰত চৰকাৰ আইন)
D) Non-Cooperation Movement → Dandi March → Cripps Mission → Quit India Movement → Cabinet Mission
(অসহযোগ আন্দোলন → দাণ্ডী যাত্ৰা → ক্ৰিপছ মিছন → ভাৰত ত্যাগ আন্দোলন → কেবিনেট মিছন)

Answer: D)

Q.  Assertion (A): Partition of Bengal in 1905 was intended to weaken the growing Indian nationalist movement.
উক্তি (A): ১৯০৫ চনত বংগৰ বিভাজনৰ উদ্দেশ্য আছিল ক্ৰমবৰ্ধমান ভাৰতীয় জাতীয়তাবাদী আন্দোলনক দুৰ্বল কৰা।

Reason (R): The British government claimed that the partition was necessary for administrative efficiency because of the large size of the province.

যুক্তি (R): ব্ৰিটিছ চৰকাৰে দাবী কৰিছিল যে প্ৰদেশখনৰ বৃহৎ আকাৰৰ বাবে প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে বংগ বিভাজন কৰাটো প্ৰয়োজনীয় আছিল।

A) Both A and R are true, and R is the correct explanation of A.
(উক্তি A আৰু যুক্তি R দুয়োটাই শুদ্ধ আৰু R হৈছে A-ৰ শুদ্ধ ব্যাখ্যা।)
B) Both A and R are true, but R is not the correct explanation of A.
(উক্তি A আৰু যুক্তি R দুয়োটাই শুদ্ধ, কিন্তু R হৈছে A-ৰ শুদ্ধ ব্যাখ্যা নহয়।)
C) A is true, but R is false.
(উক্তি A শুদ্ধ, কিন্তু যুক্তি R অশুদ্ধ।)
D) A is false, but R is true.
(উক্তি A অশুদ্ধ, কিন্তু যুক্তি R শুদ্ধ।)

Answer: B) Both A and R are true, but R is not the correct explanation of A.


Q. With reference to 8 August 1942 in Indian history, which one of the following statements is correct?
১৯৪২ চনৰ ৮ আগষ্টৰ ভাৰতীয় ইতিহাসৰ প্ৰসংগত তলৰ কোনটো উক্তি শুদ্ধ?

A) The Quit India Resolution was adopted by the All India Congress Committee.
(সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।)
B) The Viceroy's Executive Council was expanded to include more Indians.
(ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত অধিক ভাৰতীয়ক অন্তৰ্ভুক্ত কৰি ইয়াক সম্প্ৰসাৰিত কৰা হৈছিল।)
C) The Congress ministries resigned in seven provinces.
(কংগ্ৰেছ মন্ত্ৰীসভাই সাতখন প্ৰদেশত পদত্যাগ কৰিছিল।)
D) The Cripps Mission proposed an Indian Union with full Dominion Status once the Second World War was over.
(ক্ৰিপছ মিছনে দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ভাৰতক পূৰ্ণ ডমিনিয়ন মৰ্যাদাসহ এখন ভাৰতীয় সংঘ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল।)

Answer: A) The Quit India Resolution was adopted by the All India Congress Committee.


Q... Assertion (A): While the 1857 Revolt in other parts of India saw widespread participation and violence, the uprising in Assam was comparatively subdued and largely limited to a few key individuals.
উক্তি (A): ১৮৫৭ চনৰ ভাৰতৰ অন্যান্য অংশত বিদ্ৰোহত ব্যাপক অংশগ্ৰহণ আৰু হিংসা দেখা পোৱাৰ বিপৰীতে অসমত বিদ্ৰোহ তুলনামূলকভাৱে সীমিত আছিল আৰু মূলতঃ কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ মাজতে সীমাবদ্ধ আছিল।
Reason (R): The British colonial administration in Assam had established a relatively stable and less oppressive rule compared to other regions, leading to less widespread discontent and resistance.
যুক্তি (R): অসমৰ ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনে অন্যান্য অঞ্চলৰ তুলনাত তুলনামূলকভাৱে সুস্থিৰ আৰু কম দমনমূলক শাসন প্ৰতিষ্ঠা কৰিছিল, যাৰ ফলত ব্যাপক অসন্তুষ্টি আৰু প্ৰতিৰোধ কম হৈছিল।

(A) A is true, but R is false.
      (A শুদ্ধ, কিন্তু R অশুদ্ধ।)
(B) A is false, but R is true.
      (A অশুদ্ধ, কিন্তু R শুদ্ধ।)
(C) Both A and R are true, and R is the correct explanation of A.
      (A আৰু R দুয়োটাই শুদ্ধ আৰু R হৈছে A-ৰ শুদ্ধ ব্যাখ্যা।)
(D) Both A and R are true, but R is not the correct explanation of A.
      (A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়।)

Answer: (A)


Q.... Assertion (A): Satyagraha was rooted in the belief that moral force is stronger than physical force.
উক্তি (A): সত্যাগ্ৰহ এই বিশ্বাসত শিপাই আছিল যে নৈতিক শক্তি শাৰীৰিক শক্তিতকৈ শক্তিশালী।
Reason (R): Mahatma Gandhi believed that resorting to violence could force the British to grant independence faster.

যুক্তি (R): মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে হিংসাৰ আশ্ৰয় ল’লে ব্ৰিটিছক অধিক দ্ৰুতভাৱে স্বাধীনতা প্ৰদান কৰিবলৈ বাধ্য কৰিব পৰা যাব।

(A) A is true, but R is false.
      (A শুদ্ধ, কিন্তু R অশুদ্ধ।)
(B) A is false, but R is true.
     (A অশুদ্ধ, কিন্তু R শুদ্ধ।)
(C) Both A and R are true, and R is the correct explanation of A.
      (A আৰু R দুয়োটাই শুদ্ধ আৰু R হৈছে A-ৰ শুদ্ধ ব্যাখ্যা।)
(D) Both A and R are true, but R is not the correct explanation of A.
      (A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়।)

Answer: (A)


Q.  Which of the following was the first Satyagraha movement launched by Mahatma Gandhi in India?
ভাৰতত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা প্ৰথম সত্যাগ্ৰহ আন্দোলন কোনটো আছিল?

(A) Non-Cooperation Movement (অসহযোগ আন্দোলন)
(B) Champaran Satyagraha (চম্পাৰণ সত্যাগ্ৰহ)
(C) Quit India Movement (ভাৰত ত্যাগ আন্দোলন)
(D) Khilafat Movement (খিলাফৎ আন্দোলন)

Answer: (B)


Q. Why did the Assamese aristocrats join the Revolt of 1857?
অসমীয়া অভিজাত শ্ৰেণীয়ে ১৮৫৭ চনৰ বিদ্ৰোহত কিয় যোগদান কৰিছিল?

(A) The Assamese aristocratic class lost posts such as Phukan, Barua and Rajkhowa.
অসমীয়া অভিজাত শ্ৰেণীয়ে ফুকন, বৰুৱা, ৰাজখোৱা আদি পদ হেৰুৱাইছিল।
(B) The British brought Bengalis and Marwaris from outside Assam and appointed them as Mauzadars to collect taxes.
ব্ৰিটিছে বাহিৰৰ পৰা বেংগলী আৰু মাৰোৱাৰী লোকক আনি অসমত কৰ সংগ্ৰহ কৰিবলৈ মৌজাদাৰ হিচাপে নিযুক্তি দিছিল।
(C) The Assamese aristocratic class lost their luxurious lifestyle because the British abolished slavery in Assam in 1843.
ব্ৰিটিছে ১৮৪৩ চনত অসমত দাসত্ব প্ৰথা বন্ধ কৰাৰ ফলত অসমীয়া অভিজাত শ্ৰেণীয়ে তেওঁলোকৰ বিলাসী জীৱন হেৰুৱাইছিল।
(D) All of the above.
ওপৰৰ আটাইকেইটা।

Answer: (D)


Q.   Who was the leader of the revolt in North Cachar Hills during British rule?
ব্ৰিটিছ শাসনৰ সময়ত উত্তৰ কাছাৰ পাহাৰত হোৱা বিদ্ৰোহৰ নেতা কোন আছিল?
(A) Tikendrajit (টিকেন্দ্ৰজিত)
(B) Ukiang Nongbah (উকিয়াং নংবাহ)
(C) Sambudhan Phanglocha (শম্ভুধন ফংলোচা)
(D) Kulachandra (কুলচন্দ্ৰ)

Answer: (C)


Q. ‘Assam Riots’ means—
‘Assam Riots’ মানে হ’ল—

(A) The anti-British movement of the first decade of the twentieth century.
কুৰি শতিকাৰ প্ৰথম দশকৰ ব্ৰিটিছ-বিৰোধী আন্দোলন।
(B) The anti-British movement of the first half of the twentieth century.
কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ ব্ৰিটিছ-বিৰোধী আন্দোলন।
(C) The Sepoy Mutiny of the fifties of the nineteenth century.
উনবিংশ শতিকাৰ পঞ্চাশৰ দশকৰ চিপাহী বিদ্ৰোহ।
(D) The peasant revolt of Assam in the last decade of the nineteenth century.
উনবিংশ শতিকাৰ শেষ দশকৰ অসমৰ কৃষক বিদ্ৰোহ।

Answer: (D)


Q. Arrange the following events in chronological order.
তলত দিয়া পৰিঘটনাবোৰ কালানুক্ৰমিকভাৱে সজোৱা।
(i) Phulaguri Dhawa (ফুলগুৰি ধাৱা)
(ii) Peasant Revolt of Lachima (লাচিমাৰ কৃষক বিদ্ৰোহ)
(iii) Peasant Revolt of Patharughat (পথৰুঘাটৰ কৃষক বিদ্ৰোহ)
(iv) Peasant Revolt of Rangia (ৰঙিয়াৰ কৃষক বিদ্ৰোহ)
(A) i, iii, iv, ii
(B) i, iv, ii, iii
(C) iv, i, ii, iii
(D) i, ii, iv, iii

Answer: (B)

Q. Assertion–Reason
Assertion (A): The Phulaguri Uprising in Assam was a significant peasant revolt against British rule.
উক্তি (A): অসমত ফুলগুৰি কৃষক বিদ্ৰোহ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক উল্লেখযোগ্য কৃষক বিদ্ৰোহ আছিল।
Reason (R): The uprising was primarily fuelled by the imposition of new taxes on opium and betel leaf cultivation, which were key sources of income for the local peasants.
যুক্তি (R): ফুলগুৰি বিদ্ৰোহ মূলতঃ আফু আৰু পান-তামোল খেতিৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ ফলত হৈছিল, যিবোৰ স্থানীয় কৃষকসকলৰ আয়ৰ গুৰুত্বপূৰ্ণ উৎস আছিল।
(A) A is true, but R is false.
(A শুদ্ধ, কিন্তু R অশুদ্ধ।)
(B) A is false, but R is true.
(A অশুদ্ধ, কিন্তু R শুদ্ধ।)
(C) Both A and R are true, and R is the correct explanation of A.
(A আৰু R দুয়োটাই শুদ্ধ আৰু R হৈছে A-ৰ শুদ্ধ ব্যাখ্যা।)
(D) Both A and R are true, but R is not the correct explanation of A.
(A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়।)

Answer: (C)


Q. What impact did the failure of the Cripps Mission have on the Indian freedom movement?
ক্ৰিপছ মিছনৰ বিফলতাই ভাৰতীয় স্বাধীনতা আন্দোলনত কি প্ৰভাৱ পেলাইছিল?

(A) It strengthened the British hold over India.
ইয়াৰ ফলত ভাৰতৰ ওপৰত ব্ৰিটিছৰ দখল শক্তিশালী হৈছিল।
(B) It led to the Quit India Movement.
ইয়াৰ ফলত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল।
(C) It resulted in India's immediate independence.
ইয়াৰ ফলত ভাৰতে তাৎক্ষণিকভাৱে স্বাধীনতা লাভ কৰিছিল।
(D) It caused Indian leaders to support the British war effort.
ইয়াৰ ফলত ভাৰতীয় নেতাসকলে ব্ৰিটিছৰ যুদ্ধ প্ৰচেষ্টাক সমৰ্থন কৰিছিল।

Answer: (B)


Q. The approximate age of the Earth is—
পৃথিৱীৰ আনুমানিক বয়স হ’ল—
(A) 4,200 million years (৪২০০ নিযুত বছৰ)
(B) 4,700 million years (৪৭০০ নিযুত বছৰ)
(C) 4,600 million years (৪৬০০ নিযুত বছৰ)
(D) 4,000 million years (৪০০০ নিযুত বছৰ)

Answer: (C)


Q. South America ranks how much in terms of desertification?
মৰুকৰণৰ ক্ষেত্ৰত দক্ষিণ আমেৰিকাৰ স্থান হ’ল—
(A) 1st (প্ৰথম)
(B) 2nd (দ্বিতীয়)
(C) 3rd (তৃতীয়)
(D) 4th (চতুৰ্থ)

Answer: (B)


Q. Kaziranga National Park is an example of which type of resource?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন ধৰণৰ সম্পদৰ উদাহৰণ?
(A) Private Resource (ব্যক্তিগত সম্পদ)
(B) International Resource (আন্তঃৰাষ্ট্ৰীয় সম্পদ)
(C) Non-renewable Resource (অনৱীকৰণযোগ্য সম্পদ)
(D) National Resource (ৰাষ্ট্ৰীয় সম্পদ)

Answer: (D)

Q.  The main reason for the formation of the Sarkaria Commission was:
চৰকাৰিয়া আয়োগ গঠনৰ মূল উদ্দেশ্য আছিল—

A) To promote cooperation between the Centre and the States.
কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা।
B) To resolve conflicts between the Centre and the States.
কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত থকা সংঘাত নিৰাময় কৰা।
C) To protect the sovereignty and integrity of the country.
দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা।
D) To demand independence for the শ States.
 ৰাজ্যসমূহৰ স্বাধীনতা দাবী কৰা।

Answer: B


Q. Assertion (A): The Indian Constitution is considered a living document.
উক্তি (A): ভাৰতীয় সংবিধানক এখন জীৱন্ত নথি হিচাপে গণ্য কৰা হয়।
Reason (R): The Constitution can be amended to reflect the changing needs and aspirations of society.
যুক্তি (R): পৰিৱৰ্তনশীল সমাজৰ প্ৰয়োজন আৰু আকাংক্ষাক প্ৰতিফলিত কৰিবলৈ সংবিধান সংশোধন কৰিব পাৰি।

A) Both A and R are true, and R is the correct explanation of A.
B) Both A and R are true, but R is not the correct explanation of A.
C) A is true, but R is false.
D) A is false, but R is true.

Answer: A


Q. Direct and immediate convertibility of money means:
মুদ্ৰাৰ তৎক্ষণাত আৰু প্ৰত্যক্ষ ৰূপান্তৰযোগ্যতাৰ অৰ্থ হ’ল—
A) Homogeneity (সাদৃশ্যতা)
B) Durability (স্থায়িত্ব)
C) Liquidity (তৰলতা)
D) Cognizability (সহজ চিনাক্তকৰণ)

Answer: C) Liquidity


Q. The amount of water available on Earth is limited. Which of the following methods is appropriate for water conservation?
পৃথিৱীত উপলব্ধ পানীৰ পৰিমাণ সীমিত। তলৰ কোনটো পানী সংৰক্ষণৰ বাবে উপযুক্ত উপায়?
A) By rotating agricultural crops (কৃষিকাৰ্যত শস্যৱৰ্তন কৰি)
B) By planting trees (গছপুলি ৰোপণ কৰি)
C) By collecting rainwater (বৰষুণৰ পানী সংগ্ৰহ কৰি)
D) By establishing industries (উদ্যোগ স্থাপন কৰি)

Answer: C) By collecting rainwater


Q. Which of the following statements is applicable to a cement plant?
চিমেণ্ট উদ্যোগ এটাৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য প্ৰযোজ্য?

A) It is a symbol of urbanisation. (ই নগৰীকৰণৰ প্ৰতীক।)
B) It causes landslides. (ই ভূমিস্খলন ঘটায়।)
C) It causes diseases like cholera. (ই কলেৰাৰ দৰে ৰোগৰ সৃষ্টি কৰে।)
D) It is a source of air pollution. (ই বায়ু প্ৰদূষণৰ উৎস।)

Answer: D) It is a source of air pollution


Q. Which of the following is a natural resource that is both biotic and renewable?
তলৰ কোনবিধ প্ৰাকৃতিক সম্পদ একে সময়তে জীৱীয় আৰু নবীকৰণযোগ্য?
A) Water (পানী)
B) Soil (মাটি)
C) Air (বায়ু)
D) Plants (উদ্ভিদ)

Answer: D) Plants


Q. Assertion (A): If trees in the lithosphere are cut down, greenhouse gases in the atmosphere increase, which adversely affects organisms of the lithosphere and hydrosphere.
উক্তি (A): স্থলমণ্ডলৰ গছ-গছনি কাটি পেলালে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত স্থলমণ্ডল আৰু জলমণ্ডলৰ জীৱসমূহ ক্ষতিগ্ৰস্ত হয়।
Reason (R): All four spheres of the Earth are interrelated.
যুক্তি (R): পৃথিৱীৰ চাৰিওটা মণ্ডল ইটোৰ সৈতে সিটো আন্তঃসম্পৰ্কিত।

A) A is true, but R is false.
B) Both A and R are false.
C) Both A and R are true, and R is the correct explanation of A.
D) Both A and R are true, but R is not the correct explanation of A.


Answer: C






Comments