Posts

RANGA'S Marriage (English) HS First Year

 RANGA'S MARRIAGE  Q.Comment on the influence of English—the language and the way of life— on Indian life as reflected in the story. What is the narrator’s attitude to English? Answer : The narrator says that over the last ten years the English language has made inroads into the Indian countryside. Now there are many who know English. During the holidays, one comes across them on every street, talking in English. They bring in English words even while talking in Kannada. The narrator considers it disgraceful. He illustrates his point of view by giving an example. A bundle of firewood was bought at Rama Rao’s house. Rama Rao’s son asked the woman how much he should give her. When she said, “Four pice”, the boy told her that he did not have any “change” and asked her to come the next day. The poor woman did not understand the English word “change” and went away muttering to herself. Thus the use of English language before a native Kannada speaker caused confusion.    ...

এক দলীয় প্ৰাধান্যৰ যুগ( Era of one party dominance)

 Q.এক দলীয় প্ৰাধান্যই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক চৰিত্ৰক প্ৰভাৱিত কৰিছিল নে? যুক্তি সহকাৰে তোমাৰ মত দাঙি ধৰা।   উত্তৰ :    স্বাধীনতাৰ পাছত দীঘলীয়া সময় ধৰি বিশেষকৈ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ ৰাজনীতিত প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই একদলীয় প্ৰাধান্যই গণতন্ত্ৰৰ মৌলিক চৰিত্ৰক সম্পূৰ্ণভাৱে নষ্ট নকৰিলেও কিছুমান সীমাবদ্ধতা সৃষ্টি কৰিছিল। বিৰোধী দলসমূহ দুর্বল আৰু বিভক্ত হোৱা বাবে চৰকাৰৰ জন বিৰোধী আৰু অগণতান্ত্ৰিক সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ বিৰোধী দলসমূহ বিফল হৈছিল। তথাপি সংবিধানৰ বিধান অনুযায়ী নিয়মিতভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি জনগণক চৰকাৰ পৰিৱৰ্তন কৰাৰ সুযোগ দিয়া হৈছিল। সেয়ে, একদলীয় প্ৰাধান্যই গণতন্ত্ৰৰ ওপৰত আংশিক প্ৰভাৱহে পেলাইছিল বুলিব পাৰি, ই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ধ্বংস কৰা নাছিল। Q.ই.এম.এছ. নাম্বুদ্ৰিপাদে নেতৃত্ব দিয়া প্ৰথমখন অ-কংগ্ৰেছী চৰকাৰ কোন ৰাজ্যত গঠিত হৈছিল? উত্তৰঃ কেৰালা Q.ভাৰতত “এটা দলৰ প্ৰাধান্যৰ যুগ” বুলিলে কোনছোৱা সময়ক বুজায়? A) ১৯৫২ চনৰ পৰা ১৯৬২ চন পৰ্যন্ত B) ১৯৭৭ চনৰ পৰা ১৯৮৪ ...

পৰিকল্পিত বিকাশৰ ৰাজনীতি

  পৰিকল্পিত বিকাশৰ ৰাজনীতি  Q. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল? দ্বিতীয় পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ কি বিষয়ত পৃথক আছিল? উত্তৰঃ ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই মূলত দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই পৰিকল্পনাৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু দেশ বিভাজনৰ ফলত ভাঙি পৰা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰ তথা পুনৰ প্ৰতিষ্ঠা কৰা আৰু দেশত খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা।          ১৯৫৬ চনত আৰম্ভ হোৱা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা বহু পৃথক । এই পাৰ্থক্য সমূহ হৈছে এনে ধৰণৰঃ- (ক) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই প্ৰধানকৈ কৃষি খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।       আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষিখণ্ডৰ পৰিৱৰ্তে মূলত উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। (খ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই ধীৰ গতিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল কিন্তু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই দ্ৰুত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল। (গ) ...

MEMORIES OF CHILDHOOD (CLASS 12)

  MEMORIES OF CHILDHOOD Q. What was Zitkala - Sa's idea regarding short, shingled hair? Ans : Zitkala's mother told her that only unskilled warriors who were captured had their hair shingled by the enemy. Among their people, short hair was worn by mourners and shingled hair by cowards. Q. When did Bama experience untouchability? Ans : Bama first encountered untouchability when she saw an elder of her caste walking along the street from the direction of the bazaar. Initially the vision of the elderly man carrying a packet by its string made her laugh. But then she saw the elder walk up straight to the landlord, bowing low and extending the packet towards him. Her brother told him that that was an instance of untouchability. Q. How did Zitkala - Sa try to hide herself from 'others' in the school? Did she succeed? Ans : When Zitkala - Sa's friend Judewin told her that their hair would be cut short, Zitkala-Sa decided to fight back. She stealthily came out of the din...

জাতি গঠনৰ প্ৰত্যাহ্বানসমূহ

 জাতি গঠনৰ প্ৰত্যাহ্বানসমূহ Q. ভাৰতৰ প্ৰথমগৰাকী প্রধানমন্ত্রী কোন আছিল ? উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰু । Q.  স্বাধীন ভাৰতে কিমান ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল ? উত্তৰ : তিনিধৰণৰ । Q. ১৯৪৭ চনৰ ১৪-১৫ আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিল — এখন ভাৰত , আনখন কি আছিল ? উত্তৰ : পাকিস্তান।  Q.   দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা তিনিখন মহানগৰৰ নাম লিখা । উত্তৰ : অমৃতসৰ , লাহোৰ আৰু কলিকতা ( কলকাতা )।   Q.  চৰ্দাৰ বল্লভভাই পেটেল কোন আছিল ? উত্তৰ : চৰ্দাৰ বল্লভভাই পেটেল আছিল স্বাধীনতা সংগ্ৰামৰ এজন অন্যতম নেতা তথা মহাত্মা গান্ধীৰ অনুগামী তথা স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী ।  Q.   স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল ? উত্তৰ : বোধচন্দ্ৰ। Q.দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্রস্ত হৈছিল ? উত্তৰ : বংগ প্ৰদেশ আৰু পঞ্জাব। Q.“আমাৰ ভাৰতত থকা মুছলমান সংখ্যালঘুৰ সংখ্যা ইমান বেছি যে তেওঁলোকে যাওঁ বুলিলেও অন্য কোনো ঠাইলৈ যাব নোৱ...

ESI

Q. What is the full form of ESI ? Ans: The full form of ESI is Employee State Insurance. For Indian employees, the government launched the ESI program. Employee State Insurance, or ESI, is a term used to refer to insurance administered by the Employee State Insurance coperation(ESIC). In India, the Ministry of Labour and Employment established the ESIC as a legally independent entity.     Workers who participate in the ESI scheme are given social security. Every month, both employers and employees pay into ESI a portion of the employee's pay. For employees covered by the ESI Act, a wide range of financial, medical, and other benefits are offered.

Moon Missions by various nations

 A Complete List of Moon Missions Humanity has long been attracted by the Moon, the sole natural satellite of the planet. Numerous nations have launched ambitious missions over the years to explore its mysteries and deepen our grasp of the universe. Lunar exploration has captivated the imagination of nations all around the world, from the historic Apollo mission of the United States to more current missions like Russia’s Luna 25 and India’s Chandrayaan-3. This page provides a chronological list of Moon missions, broken down by nation and emphasizing significant accomplishments and turning points. The United States 1. Pioneer 0 (1958): Although a failure, Pioneer 0 was the United States’ initial attempt to travel to the Moon. Shortly after takeoff, the mission was unsuccessful. 2. The Ranger series, which ran from 1961 to 1965, attempted to take and transmit high-definition pictures of the Moon’s surface. Before hitting the Moon, Ranger 7 successfully sent photos. 4. Surveyor Series...

অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ

 Q. অনবীকৰণযোগ্য সম্পদ কাক কয়? ANS : যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য(Non- Renewable) বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে৷ প্ৰাকৃতিক গেছ, খনিজ তেল, খনিজ পদাৰ্থ, কয়লা আদি তেনে সম্পদ৷ এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায়৷ Q. নৱীকৰণযোগ্য বা পুনঃপূৰ্ণীকৃত সম্পদ কাক বোলে? ANS : যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে নিঃশেষ হৈ নোহোৱাকৈ ৰাখিব পাৰি তেনে সম্পৰ্কে নৱীকৰণযোগ্য পুনঃসৃষ্টিক্ষম সম্পদ বোলে। Q. জীৱীয় সম্পদ কাক বোলে? ANS : প্ৰাকৃতিক গঠন অনুসৰি সম্পদ সমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয়(Biotic) সম্পদ বোলে। যেনে: উদ্ভিদ, প্ৰাণী, শস্য আদি। Q. অজীৱীয় সম্পদ কাক বোলে? ANS: প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ নির্জীৱ তেনেবোৰ সম্পদকে অজীৱীয় সম্পদ৷ কয়লা, খনিজ, তেল প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰপৰা জীৱীয় মূলৰ আছিল যদিও বর্তমান অৱস্থাত নির্জীৱ সম্পদৰ শ্ৰেণীত পৰে৷ Q. মানৱসৃষ্ট সম্পদ কাক বোলে? ANS : প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সমাগ্ৰীয়েই প্ৰয়োজন সাপেক...